Published on:
Updated on:
- দিল্লীৰ সংসদ ভৱনৰ সমীপত থকা এছ বি আইৰ কাৰ্যালয়ত অগ্নিকাণ্ড।
- ৬ নং মহলাত এই অগ্নিকাণ্ড।
- জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত ১০ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
- চৰ্ট শ্বাকিটৰ ফলত এই অগ্নিকাণ্ড সুত্ৰপাত হোৱাৰ সন্দেহ।
- দিল্লীৰ ধাৰাসাৰ বৰষুণৰ বাবে জুইয়ে নললে বৃহৎ ৰূপ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in