দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।আলীপুৰৰ এটা কাকতৰ গুদামত অগ্নিকাণ্ড।.সোমবাৰে নিশা সূত্ৰপাত হয় জুইৰ।অগ্নিকাণ্ডৰ ফলত ক্ষতি হয় বহু সম্পত্তিৰ।.২২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই।