Published on:
Updated on:
- দিল্লীৰ বসন্তকুঞ্জত বুধবাৰে নিশা সংঘটিত হয় দুটাকৈ নৃশংস হত্যাকাণ্ড।
- নিজ ঘৰতে হত্যা মায়া লাখানী নামৰ এগৰাকী ৫৩ বছৰীয়া ফেশ্বন ডিজাইনাৰক।
- ফেশ্বন ডিজাইনাৰগৰাকীৰ ঘৰত কাম কৰা আন এজনকো হত্যা কৰে দুৰ্বৃত্তই।
- ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে তিনিজন ব্যক্তিক ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in