বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী…

বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী…
  • দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
  • দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত কাৰ্যালয়টোত।
  • প্রধানমন্ত্ৰীক আদৰণি জনায় বিজেপি সভাপতি অমিত শ্বাহে।
  • ইতিমধ্যে দলটোৰ বহু কেইগৰাকী মন্ত্ৰী-সাংসদ উপস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in