New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/D1yB4gTVAAAwzQy.jpg)
- দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
- দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত কাৰ্যালয়টোত।
- প্রধানমন্ত্ৰীক আদৰণি জনায় বিজেপি সভাপতি অমিত শ্বাহে।
- ইতিমধ্যে দলটোৰ বহু কেইগৰাকী মন্ত্ৰী-সাংসদ উপস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত।
/https://media.assettype.com/asomiyapratidin/import/media/D1yB_FRVYAA_vh9.jpg)