Published on:
Updated on:
- নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল কৰ্ণাটকৰ ৩৯১ গৰাকী লোক।
- মাৰ্কাজলৈ যোৱা লোকসকলক হ'ম কোৱাৰেন্টাইনত ৰখা হৈছে।
- ৯১ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।
- ইয়াৰে ১১ গৰাকী লোকৰ কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।
- কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়েৰাপ্পাই এই কথা সদৰি কৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in