ফাইল ফটো
Published on:
Updated on:
- আই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত পি চিদাম্বৰামক ১৩ নবেম্বৰলৈ ৰখা হ'ব ন্যায়িক জিম্মাত।
- ন্যায়ালয়ে বুধবাৰে চিদাম্বৰামক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।
- লগতে ই ডিৰ আৱেদনো খাৰিজ কৰিলে ন্যায়ালয়ে।
- ই ডিয়ে আৰু এদিনৰ বাবে জিম্মাত ৰাখিব বিচাৰিছিল পি চিদাম্বৰামক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in