Published on:
Updated on:
- শুকুৰবাৰে ঘোষণা কৰা হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা।
- বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল কংগ্ৰেছ নিৰ্বাচন কমিতিৰ বৈঠকত।
- এই বৈঠকতে প্ৰাৰ্থীৰ তালিকাৰ প্ৰসংগত আলোচনা কৰা হয়।
- মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নতুন দিল্লীৰ আসনখনৰ বাবে এতিয়াও ঠিক হোৱা নাই কংগ্ৰেছ প্ৰাৰ্থীৰ নাম।
- কংগ্ৰেছৰ মিত্ৰদল আৰজেদিয়ে চাৰিখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
- উল্লেখ্য যে, দিল্লীত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
- ১১ ফেব্ৰুৱাৰীত কৰা হ'ব ভোটগণনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in