New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/sattishgarh.jpg)
প্ৰতিকী ফটো
- ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালৰ আক্ৰমন ।
- নক্সালে উৰুৱাই দিয়ে এখন জোৱান ভৰ্তি বাছ ।
- এই বিস্ফোৰণৰ ফলত বৰ্তমানলৈ তিনিজন জোৱান শ্বহীদ হয় ।
- এই বিস্ফোৰণৰ ফলত প্ৰায় ৬ গৰাকী জোৱান আহত হয় ।
- ছত্তীশগড়ৰ ধৌদাই আৰু পলেনাৰৰ মাজত সংঘটিত হৈছে এই আক্ৰমন ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us