Published on:
Updated on:
- ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।
- হায়দৰাবাদৰ চিকিৎসক যুৱতীৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদ।
- তেওঁলোকৰ দাবী দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।
- হাতে হাতে প্লে'কাৰ্ড লৈ ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in