আপৰ নেতা-কৰ্মীয়ে কিয় ইমান চিন্তিত হৈ পৰিছেঃ বিজেপি নেতা মনোজ তিৱাৰী…

আপৰ নেতা-কৰ্মীয়ে কিয় ইমান চিন্তিত হৈ পৰিছেঃ বিজেপি নেতা মনোজ তিৱাৰী…

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু আম আদমি পাৰ্টীক সমালোচনা কৰি মন্তব্য কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। সাংবাদিকৰ আগত মনোজ তিৱাৰীয়ে কয়- 'আপৰ নেতা-কৰ্মীসকল কিয় ইমান চিন্তিত হৈ পৰিছে? তেওঁলোকক এগজিট প'লত ৪৪খন আসন লাভ কৰিব বুলি কোৱা হৈছে। কিন্তু বিজেপিয়ে ৪৮খনৰো অধিক আসন লাভেৰে চৰকাৰ গঠন কৰিব।'

ইভিএম সন্দৰ্ভতো বিজেপি নেতাগৰাকীয়ে কয় যে- 'ইভিএমক লৈকিয় কান্দি আছে? যদি আপে নিৰ্বাচনত জয়ী হয় তেন্তে ইভিএম ঠিকে আছে, যদি বিজেপি জয়ীহয় ইভিএমত বিসংগতি আছে। ঝাৰখণ্ডত আমি জয়ী হোৱা নাছিলো কিন্তু আমিটো ইভিএমৰ ভুলবুলি কোৱা নাছিলো। নিজৰ কৰ্মকহে দোষ দিয়ক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in