Published on:
Updated on:
- দিল্লীত সংঘটিত হিংসাত্মক ঘটনাক লৈ এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অৱেছীৰ প্ৰতিক্ৰিয়া।
- হাদয়দৰাবাদত তেওঁ সংবাদমাধ্যমৰ আগত কয়-
- 'আজি দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত আজন আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছে।'
- 'এয়া অতি লজ্জাজনক ঘটনা।'
- 'বিশেষকৈ বহিঃৰাষ্ট্ৰৰ এজন প্ৰতিনিধিৰ ভ্ৰমণকালত সংঘটিত এই ঘটনা সঁচাকৈ সজ্জাজনক।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in