ৰাষ্ট্ৰীয় অন্ধ্ৰপ্ৰদেশত আৰক্ষীৰ অভিযানত ২৮০ কিলোগ্ৰাম গাঞ্জাসহ আটক ১৩ জন… অন্ধ্ৰপ্ৰদেশত আৰক্ষীৰ অভিযানত ২৮০ কিলোগ্ৰাম গাঞ্জাসহ আটক ১৩ জন… asomiyapratidin 17 Oct 2019 11:51 IST Follow UsNew Updateঅন্ধ্ৰপ্ৰদেশত আৰক্ষীৰ অভিযান।জব্দ ২৮০ কিলোগ্ৰাম গাঞ্জা।দুখন বাহনৰ পৰা গাঞ্জাখিনি জব্দ কৰা হৈছে।ইফালে দুটা পৃথক গোচৰত আটক ১৩ জন লোক।কৃষ্ণা জিলাত বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক