New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/411139-anandiben1.jpg)
- সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ কাৰ্যভাৰ গ্ৰহণ কৰে আনন্দিবেন পেটেলে।
- এলাহাবাদ হাইকৰ্টৰ মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰে শপত বাক্য পাঠ কৰোৱায় পেটেলক।
- আনন্দিবেন পেটেল পূৰ্বে আছিল মধ্যপ্ৰদেশৰ ৰাজ্যপাল।
- উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নায়কে পেটেলক জনালে আদৰণি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us