মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ফাইল ফটো
ফাইল ফটো
  • মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • লক্ষ্ণৌত এখন জনসভাত ভাগ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, বিগত কিছুদিন ধৰি নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে সজাগতা সভা সম্পন্ন কৰি আহিছে কা সমৰ্থক বিজেপিয়ে।
  • মঙলবাৰে তেনে এখন সভাতে অমিত শ্বাহে ভাগ ল'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in