New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/amit-shah-mn.jpg)
- মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত অমিত শ্বাহ।
- আইজলৰ লেংপুই বিমানবন্দৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।
- বুধবাৰৰ পৰা মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব তেওঁ।
- ২৮ নৱেম্বৰৰ পৰা মিজোৰামত বিধানসভা নিৰ্বাচন।
- বুধবাৰে গুৱাহাটীৰ পৰা মিজোৰামলৈ ৰাওনা হৈছিল অমিত শ্বাহ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us