New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/plane.jpg)
- আলীগড়ত চাটাৰ্ড বিমান দুৰ্ঘটনা।
- দিল্লীৰ পৰা আলীগড় অভিমুখে গৈ আছিল বিমানখন।
- বিমানখনত আছিল ৬ জন যাত্ৰী।
- আটাইকেইজন যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে।
- ৪ জন অভিযন্ত্ৰাৰ সৈতে বিমানখনত আছিল ২ জন পাইলট।
- প্ৰাপ্তখখবৰ অনুসৰি ধনীপুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে সংঘটিত হয় এই অঘটন।
- ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লগাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us