Published on:
Updated on:
- উন্নাৱত দুৰ্বৃত্তই জ্বলাই দিলে এখন ক্ৰাছাৰ প্লান্ট।
- ট্ৰান্স গংগা চিটি প্ৰজেক্টৰ বাবে ব্যৱহাৰ কৰা হৈছিল ক্ৰাছাৰ প্লান্টখন।
- এই সন্দৰ্ভত জিলা দণ্ডাধীশে কয়-
- 'একাংশ দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে।'
- 'আমি কাষৰ গাঁওসমূহলৈ গৈছো আৰু সকলোৱে শান্তি অটুট ৰাখিবলৈ আহ্বান জনাইছো।'
- 'আমি এই ট্ৰান্স গংগা চিটি প্ৰজেক্টৰ কাম আগবঢ়াই যাম।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in