Published on:
Updated on:
- ওন্নাৱস্থিত হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পৰেশ্যন প্লান্টত ভয়ংকৰ অগ্নিকাণ্ড।
- এটা গেছ টেংকত বিস্ফোৰণৰ ফলত সংঘটিত এই অগ্নিকাণ্ড।
- উক্ত স্থানত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।
- বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
- অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in