দামান চহৰত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি দুবছৰীয়া শিশুৰ। শিশুটি এটা অট্টালিকৰা দ্বিতীয় মহলাৰ পৰা তলত বাগৰি পৰে।কিন্তু স্থানীয় কেইজনমান লোকে শিশুটিক তলত বাগৰি পৰা সময়তে ধৰাৰ বাবে ৰক্ষা পৰি প্ৰাণ।এই ভয়াৱহ ঘটনাত অৱশ্যে শিশুটি আহত হোৱা নাই বুলি জানিব পৰা যায়।এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।