New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/EW-7FADU0AAbSHT.jpg)
- কোটাত আবদ্ধ ছাত্ৰ-ছাত্ৰীক উভতাই নিলে মহাৰাষ্ট্ৰ চৰকাৰে।
- ৭৪ খন বাছযোগে উভতাই নিয়া হয় ছাত্ৰ-ছাত্ৰীসকলক।
- শুকুৰবাৰে নিশা ছাত্ৰ-ছাত্ৰীসকলক উভতাই নিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/EW-7YFFU4AMsFBm.jpg)
- ছাত্ৰ-ছাত্ৰীসকলক নিয়াৰ পিছতে কৰা হয় স্বাস্থ্য পৰীক্ষা।
- তাৰ পিছতে হ'ম কোৱাৰেন্টাইনৰ পৰামৰ্শ দিয়া হৈছে।