Published on :
Updated on :
- নক্সালবাদীৰ ভাবুকিকো নেওচি সম্পূৰ্ণ হ'ল চত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷
- ৰাজ্যখনৰ ৭০ শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ৷
- ৰাজ্যখনৰ নিৰ্বাচনক লৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নক্সালবাদীয়ে৷
- দুপৰীয়া বীজাপুৰত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ সংঘৰ্ষত নিহত হৈছিল ৫ নক্সালবাদী৷
- ইয়াৰ পিছতো সদলবলে ভোটদান কৰিবলৈ ওলাই আহিছিল ৰাজ্যখনৰ নাগৰিক৷
Asomiya Pratidin
www.asomiyapratidin.in