Published on:
Updated on:
- দিল্লীৰ সাগৰপুৰস্থিত আৰক্ষী থানাত বিধ্বংসী অগ্নিকাণ্ড।
- শনিবাৰে সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত ভষ্মীভূত থানা চৌহদত থকা ৫০ খনকৈ বাহন।
- অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই।
- অগ্নিকাণ্ডটোত হতাহত হোৱা নাই কোনো লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in