New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/assam-woman-got-corona-positive-in-dibrugarh.jpg)
- যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ ২,২৯৩ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
- ইফালে মৃত্যু হৈছে ৭১ জন লোকৰ।
- এই সংখ্যা এদিনতে ভাৰতত মৃত্যু লোকৰ সৰ্বাধিক।
- কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই কথা সদৰি কৰিছে।
- ইফালে ভাৰতত বৰ্তমানলৈকে কোৰোনাৰ ফলত মৃত্যু হৈছে ১,২২৩ গৰাকী লোক।
- ইফালে মুঠ আক্ৰান্ত হৈছে ৩৭,২৬২ গৰাকী লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us