নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নতুন দিল্লীত কৃষক নেতা অখিল গগৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে ৭০টা দল–সংগঠনৰ হৈ দিল্লীত উপস্থিত তেওঁলোক।
  • ৭০ সংগঠনৰ হৈ তেওঁলোকে সাক্ষাৎ কৰিছে বহু কেইজন বিৰোধী ৰাষ্ট্ৰীয় নেতাক।
  • সোমবাৰে পুৱা জেডিইউৰ নেতা কে চি ত্যাগীক সাক্ষাত কৰে।
  • বিয়লি সাক্ষাৎ কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক।
  • আটাইকেইজন নেতাই বিধেয়কৰ বিৰোধিতা কৰাৰ আশ্বাস দিয়ে।
  • ইয়াৰ লগতে বুধবাৰেও বহু কেইজন বিৰোধী নেতাক সাক্ষাৎ কৰিব দলটোৱে।
  • বহুদিন ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে তেওঁলোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in