নেচনেল মাষ্টাৰ্ছ গেমছ ২০২০ত উজ্বলিল নলবাৰীৰ মামনি ডেকা…

নেচনেল মাষ্টাৰ্ছ গেমছ ২০২০ত উজ্বলিল নলবাৰীৰ মামনি ডেকা…
  • ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নলবাৰীৰ মামনি ডেকা।
  • নেচনেল মাষ্টাৰ্ছ গেমছ ২০২০ৰ জেভলিন থ্ৰ'ত তৃতীয় স্থান দখল মামনিৰ।
  • গুজৰাটৰ বদোদৰাৰ মঞ্জলপুৰ ষ্টেডিয়ামত দেওবাৰে সামৰণি পৰে এই প্ৰতিযোগিতাৰ।
  • উল্লেখ্য যে, নলবাৰীৰ কাজিপাৰাৰ নিবাসী মামনি ডেকা।
  • উল্লেখযোগ্য যে এইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে ইতিপূৰ্বে আমেৰিকা, মালয়েছিয়া, ফিনলেণ্ড আৰু চিংগাপুৰত এই খেলত ভাগ লৈ সন্মান লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in