শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন …

  • গণৰাজ্য দিৱসলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰা অনুসৰি –
  • গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কোনে কোনে কৰিব তাৰ এক তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।
  • তালিকাত উল্লেখ কৰা অনুসৰি পতাকা উত্তোলন কৰিব–
  • নলবাৰীত ৰঞ্জিত কুমাৰ দাস।
  • যোৰহাটত অতুল বৰা।
  • তামুলপুৰত উৰ্খাও গ্বাৰা ব্ৰহ্ম।
  • গোৱালপাৰাত চন্দ্ৰ মোহন পাটোৱাৰী।
  • বঙাইগাঁৱত  পৰিমল শুক্লবৈদ্য।
  • ডিব্ৰুগড়ত কেশৱ মহন্ত।
  • শোণিতপুৰত ৰজোণ পেগু।
  • কাচাৰত অশোক সিংঘাল।
  • উত্তৰ লখিমপুৰত যোগেন মোহন।
  • গোলাঘাটত সঞ্জয় কিষাণ।
  • নগাঁৱত অজন্তা নেওগ।
  • তিনিচুকীয়াত পীয়ুষ হাজৰিকা।
  • ধুবুৰীত বিমল বৰা।
  • কোকৰাঝাৰত প্ৰমোদ বড়ো।
  • কাৰ্বি আংলঙত তুলিৰাম ৰংহাং।
  • ডিমাহাচাওত দেৱলাল গাৰ্লোছা।
  • ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী।