শেহতীয়া খবৰ
নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....

আমাৰ অৰ্বিটাৰৰ ফটোত ধৰা নপৰিল চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ লেণ্ডাৰৰ অৱস্থিতিঃ নাছা

326

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ সন্দৰ্ভত নাছাই শেহতীয়াকৈ সদৰী কৰে যে, তেওঁলোকৰ অৰ্বিটাৰৰ পৰা লাভ কৰা ফটোত চন্দ্ৰযান-২ৰ লেণ্ডাৰ কোন স্থানত আছে সেই বিষয়ে জানিব পৰা নাই। নাছাই লগতে কয় যে, যি সময়ত আমাৰ অৰ্বিটাৰে ফটো তুলিছিল সেই সময়ত হয়তো চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ ছায়া বা আন অন্ধকাৰ স্থানত আছিল। সেয়েহে তাৰ অৱস্থিতি ধৰা নপৰিল।

উল্লখ্য যে, চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰা সময়ত চন্দ্ৰপৃষ্ঠৰ পৰা কিছু মিটাৰ উচ্চতাত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পাছৰে পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবে চেষ্টা চলাই আছে যদিও সুফল লাভ কৰা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি