শেহতীয়া খবৰ
ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

ডিঙিত গামোছালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰিলে কোভিড ভেকচিনৰ দ্বিতীয় ডোজ…

804
  • দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰে কোভিড ভেকচিনৰ দ্বিতীয় ডোজ ।
  • বৃহস্পতিবাৰে দিল্লীৰ এইমছত দ্বিতীয় ডোজ গ্ৰহন কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
  • ডিঙিত গামোছা লৈ মোডীয়ে গ্ৰহন কৰে কোভিড ভেকচিন ।
  • মোডীয়ে ১ মাৰ্চত গ্ৰহন কৰিছিল কোভিড ভেকচিনৰ প্ৰথম ডোজ ।
  • ইফালে দেওবাৰৰ পৰা চৰকাৰী বেচৰকাৰী সকলো কাৰ্যলয়ত প্ৰদান কৰা হ’ব কোভিডৰ প্ৰতিষেধক।
  • কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে দেশৰ ৮ ৰাজ্যত নৈশ সান্ধ্যআইন জাৰি কৰা হৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি