ডিঙিত গামোছালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰিলে কোভিড ভেকচিনৰ দ্বিতীয় ডোজ…

ডিঙিত গামোছালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰিলে কোভিড ভেকচিনৰ দ্বিতীয় ডোজ…
  • দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰে কোভিড ভেকচিনৰ দ্বিতীয় ডোজ ।
  • বৃহস্পতিবাৰে দিল্লীৰ এইমছত দ্বিতীয় ডোজ গ্ৰহন কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
  • ডিঙিত গামোছা লৈ মোডীয়ে গ্ৰহন কৰে কোভিড ভেকচিন ।
  • মোডীয়ে ১ মাৰ্চত গ্ৰহন কৰিছিল কোভিড ভেকচিনৰ প্ৰথম ডোজ ।
  • ইফালে দেওবাৰৰ পৰা চৰকাৰী বেচৰকাৰী সকলো কাৰ্যলয়ত প্ৰদান কৰা হ'ব কোভিডৰ প্ৰতিষেধক।
  • কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে দেশৰ ৮ ৰাজ্যত নৈশ সান্ধ্যআইন জাৰি কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in