২৩ জানুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

২৩ জানুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…
  • ২৩ জানুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • ২৪ জানুৱাৰীত কোকৰাঝাৰ আৰু নলবাৰীত জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিকৰ সম্পাদক বি.এল সন্তোসৰ উপস্থিতিত বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰে বিজেপিয়ে ।
  • এই কথা ব্যক্ত কৰে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in