নাৰায়ণপুৰত ৰে’লৰ খুন্দাত মহিলাৰ মৃত্যু…

নাৰায়ণপুৰত ৰে’লৰ খুন্দাত মহিলাৰ মৃত্যু…

ডিজিটেল ডেস্ক :

  • নাৰায়ণপুৰৰ ৰূপতলিত ৰে'লৰ খুন্দাত মহিলাৰ মৃত্যু।
  • নিশা দঞিপ'ল নামৰ ৰে'লখনৰ খুন্দাত মহিলা গৰাকীৰ মৃত্যু হয় ৷
  • ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰূপতলীত সংঘটিত হয় এই ঘটনা ৷
  • এই মুহূৰ্তলৈকে চিনাক্ত হোৱা নাই মৃত মহিলা গৰাকী ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in