শেহতীয়া খবৰ
ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন

নাৰায়ণপুৰৰ ধলপুৰত ব’লেৰ পিকআপে মহতিয়ালে বাইক আৰোহীক…

117
  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত পথ দুৰ্ঘটনা ।
  • ব’লেৰ পিক আপে মহতীয়াই নিলে বাইক আৰোহী যুৱকক ।
  • ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী জন ।
  • স্থানীয় লোকৰ দ্বাৰা ধলপুৰ চিকিৎসালয়ত ভৰ্তি আহত যুৱক জনক ।
  • যুৱক জনৰ পৰিচয় এতিয়াও লাভ কৰা নাই ।
  • পালছাৰ বাইক খনৰ নম্বৰ এ এছ-১২-জে-১৯৫৭।
  • আনহাতে বলেৰ’ পিক আপ খন নম্বৰ প্লেট বিহীন ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি