শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

নাৰায়ণপুৰৰ ধলপুৰত কোৰোনাত আক্ৰান্ত ২ আৰক্ষী জোৱান…

20

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীত সোমবাৰে দুগৰাকী আৰক্ষী জোৱানৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। কোৰোনা ভাইৰাছত আক্ৰান্ত আৰক্ষী জোৱান দুজনৰ নাম ক্ৰমে- কেশৱ সন্দিকৈ (৩৯) আৰু ৰমেশ শৰ্মা (৫৫)।

স্থানীয় ধলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় চেন্টাৰত উক্ত জোৱান দুজনে সোমবাৰে শ্বাব টেষ্ট কৰোৱাইছিল। তাৰপাছথ জোৱান দুজন কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে আৰক্ষী চকীটোৰ লগতে কাষৰীয়া অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি