ভীমবৰ দেউৰী স্মৃতি দিৱসৰ নিৰ্মীয়মান পেণ্ডেলৰ হঠাৎ খহিল একাংশ…

ভীমবৰ দেউৰী স্মৃতি দিৱসৰ নিৰ্মীয়মান পেণ্ডেলৰ হঠাৎ খহিল একাংশ…
  • নাৰায়ণপুৰত নিৰ্মীয়মান অৱস্থাত থকা মুখ্যমন্ত্ৰীৰ সভাৰ পেণ্ডেলত অঘটন।
  • কথমপি প্ৰাণৰক্ষা কেবাজনো শ্ৰমিকৰ।
  • হঠাৎ খহি পৰিল শ্ৰমিক সহ পেণ্ডেলৰ একাংশ।
  • স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা,জিলা উপায়ুক্ত জীৱন বি ৰ উপস্থিতিতে সংঘটিত হয় এই অঘটন।
  • কাইলৈ নাৰায়ণপুৰত জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱসৰ আয়োজন।
  • অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে আন কেবাজনো মন্ত্ৰী,সাংসদ-বিধায়কে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in