নলবাৰীৰ ঘগ্ৰাপাৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, ১২টা গৰুৰ মৃত্যু…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • নলবাৰীৰ ঘগ্ৰাপাৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাৰ ফলত কেইবাটাও পশুধনৰ মৃত্যু।
  • নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক বাগৰি পৰে জানত।
  • এইপৰ্যন্ত সন্ধান নাই ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ।
  • দুৰ্ঘটনাৰ ফলত ট্ৰাখনত থকা ১২টা গৰুৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in