নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী
  • দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু ৰাজনৈতিক দলসমূহ।
  • দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত।
  • নলবাৰীত বিশাল নিৰ্বাচনী সভাত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল৷
  • নলবাৰী কলেজ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ।
  • সভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল।
  • কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ জনসাধাৰণক প্ৰবঞ্চনা কৰি আহিছে।
  • 'ৰাইজে পঞ্চায়ত নিৰ্বাচনত বিজেপিক বিজয়ী কৰিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in