নাজিৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

নাজিৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
  • কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল নাজিৰা।
  • নাজিৰাৰ পৌৰ ব্লক আৰু গ্ৰাম্য কংগ্ৰেছ কৰ্মীৰ উদ্যোগত অৱস্থান ধৰ্মঘট।
  • ৰাফেল যুদ্ধ বিমান ক্রয়ৰ কেলেংকাৰীৰ তদন্তৰ দাবী সংগঠনটোৰ।
  • জৰাজীৰ্ণ পথ মেৰামতি তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ।
  • বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ।
  • বিজেপি চৰকাৰৰ জনবিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in