নগাঁৱত নিচা জাতীয় ঔষধসহ এজনক কৰায়ত্ব…

নগাঁৱত নিচা জাতীয় ঔষধসহ এজনক কৰায়ত্ব…

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ আৰক্ষীৰ। নগাঁৱৰ দুই নং মোলাপট্টিত নিশা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে নিচা জাতীয় ঔষধ আৰু লগতে আটক কৰে এটা সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীটোৰ নাম হৈছে নুৰুল আমিন। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছ আৰু নিচা জাতীয় ঔষধ বিক্ৰীৰ অভিযোগ উঠি আহিছিল ৷ নগাঁও হয়বৰগাঁৱৰ আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in