বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ বিৰুদ্ধে গোচৰ, প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সাহিত্যিক ড০ নগেন শইকীয়াই

বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ বিৰুদ্ধে গোচৰ, প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সাহিত্যিক ড০ নগেন শইকীয়াই
  • বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে ৰুজু হোৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাহিত্যিক ড০ নগেন শইকীয়াৰ।
  • 'হীৰেণ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চৰকাৰে এটা আন্দোলনৰ বাট মুকলি কৰিছে।'
  • 'চৰকাৰৰ ভুলল বাবেই বহু শিক্ষিত যুৱক আলফালৈ গৈছে।'
  • এই মন্তব্য বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in