নগাঁৱত উদ্ধাৰ দুটাকৈ বোমা, অঞ্চলজুৰি আতংকময় পৰিস্থিতি…

নগাঁৱত উদ্ধাৰ দুটাকৈ বোমা, অঞ্চলজুৰি আতংকময় পৰিস্থিতি…
  • নগাঁৱত উদ্ধাৰ দুটা বোমা।
  • জিলাখনৰ ৰণথলী ৰজাভেটিত উদ্ধাৰ হৈছে বোমা দুটা।
  • ইতিমধ্যে বোমা উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈছে আৰক্ষী।
  • বোমা উদ্ধাৰৰ পাছতে অঞ্চলবাসী আতংকিত হৈ পৰিছে।
  • আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in