সাৱধান! পেট্ৰ’ল পাম্পৰ মেনেজাৰক গুলীয়াই ধন লুটৰ ব্লুপ্ৰিণ্ট ৰচিছিল খোদ কৰ্মচাৰীয়ে, পঢ়ক নগাঁৱৰ এই খবৰ…

সাৱধান! পেট্ৰ’ল পাম্পৰ মেনেজাৰক গুলীয়াই ধন লুটৰ ব্লুপ্ৰিণ্ট ৰচিছিল খোদ কৰ্মচাৰীয়ে, পঢ়ক নগাঁৱৰ এই খবৰ…
  • নগাঁৱৰ কঠিয়াতলিৰ ৰাঙলুত সংঘটিত গুলীচালনা আৰু ধন লুটৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ৷
  • এইছপি পেট্ৰ'ল পাম্পৰে কৰ্মচাৰী ইলিয়াছক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে৷
  • গুলীচালনা ঘটনাত জড়িত থকাৰ সন্দেহত আন পাঁচজনকো আটক কৰিছে আৰক্ষীয়ে৷
  • এইছপি পেট্ৰ'ল পাম্পৰ মেনেজাৰ ৰাজু জৈনক গুলীয়াই ধন লুটৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল পেট্ৰ'ল পাম্পটোৰে কৰ্মচাৰী ধৃত ইলিয়াছে৷
  • নগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা মতে কঠিয়াতলিৰ পৰা গ্ৰেপ্তাৰ কৰা ইলিয়াছে ঘটনাটোৰ সন্দৰ্ভত প্ৰকাশ কৰিছে বহু বিস্ফোৰক তথ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in