নগাঁৱৰ কঠিয়াতলিত যাত্ৰীসহ ট্ৰেভেলাৰৰ প্ৰচণ্ড খুন্দা বাছত, তাৰ পিছৰ পৰিৱেশ VIDEO…

নগাঁৱৰ কঠিয়াতলিত যাত্ৰীসহ ট্ৰেভেলাৰৰ প্ৰচণ্ড খুন্দা বাছত, তাৰ পিছৰ পৰিৱেশ VIDEO…
  • দুৰ্গা পূজাৰ অষ্টমীৰ আনন্দ উল্লাসৰ মাজতে নগাঁৱৰ কঠিয়াতলি বুকলুঙত উত্তেজনা।
  • পথ দুর্ঘটনাক কেন্দ্ৰ কৰি এই উত্তেজনা।
  • বুকলঙত যাত্ৰী নমাবলৈ ৰৈ থকা আলট্ৰা বাছৰ পিছফালে পছন্দ খুন্দা নগাঁৱৰ পৰা কামপুৰৰ অভিমুখে আহি থকা এখন ট্ৰেভেলাৰৰ।
  • দুৰ্ঘটনাত আহত ট্ৰেভেলাৰখনৰ তিনিজনকৈ যাত্ৰীৰ।
  • দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰ চালকৰ পলায়ন।
  • উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি গতিৰোধ নিৰ্মাণৰ দাবী জনায়।
  • ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
  • দুর্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খনৰ নম্বৰ এএছ-০২-এচি-৫৭০৭।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in