নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO

নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO
  • নগাঁৱৰ কঠিয়াতলীৰ টেঙাপানী বনভোজস্থলীত অঘটন।
  • মুষলধাৰ বৰষুণৰ ফলত জুৰিৰ পানী বাঢ়ি যোৱাত আৱদ্ধ শতাধিক বনভোজৰ যাত্ৰী।
  • এই পৰ্যন্ত গাড়ী আৰু বাইকসহ আবদ্ধ শতাধিক লোক।
  • জুৰিত আবদ্ধ এখন গাড়ী৷
  • আবদ্ধ লোকৰ মাজত হাহাকাৰ পৰিস্থিতি৷
  • প্ৰশাসন আৰু নদী আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in