পঞ্চায়ত নিৰ্বাচনত অগপৰ পৰাজিত প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ…

পঞ্চায়ত নিৰ্বাচনত অগপৰ পৰাজিত প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ…
  • নগাঁৱৰ জামুগুৰিত পুৱতি নিশা সংঘটিত হয় হিংসাত্মক ঘটনা।
  • অৱন্তী দেৱী নামৰ এগৰাকী মহিলাৰ ঘৰৰ ধানৰ মেজিত অগ্নিসংযোগ দুৰ্বৃত্তৰ।
  • মহিলাগৰাকী অগপৰ হাতীচোং জিলা পৰিষদৰ পৰাজিত প্ৰাৰ্থী আছিল।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
  • অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্ৰী।
  • ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in