শেহতীয়া খবৰ
জাপানৰ প্ৰধানমন্ত্ৰীৰ আদৰণী তোৰণত অগ্নিসংযোগ, সান্ধ্য আইন জাৰী কৰাৰ পিছতো মহানগৰত কেব বিৰোধী প্ৰতিবাদ অব্যাহত...  •  ক্ষন্তেক সময় পিছতে ৰাজ্যসভাত কেবক লৈ ভোটগ্ৰহণ  •  নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নহয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক!  •  অসম আৰক্ষীৰ স্থায়ী সঞ্চালকপ্ৰধানৰূপে নিযুক্তি ভাস্কৰজ্যোতি মহন্তক....  •  অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ’ব কুল শইকীয়া...  •  অৰ্ধসামৰিক বাহিনীৰ বৰ্বৰ আক্ৰমণঃ চিকিৎসালয়লৈ যোৱা লোকেও নাপালে ৰেহাই...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

76

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ সোণাৰিবালিত বন্যহস্তীৰ এটা জাকে চলাই তাণ্ডৱ। বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।

হাতীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ  কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত গাঁওবাসী বন বিভাগৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি