নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ সোণাৰিবালিত বন্যহস্তীৰ এটা জাকে চলাই তাণ্ডৱ। বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।

হাতীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ  কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত গাঁওবাসী বন বিভাগৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in