নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এইবাৰ গৰুৰ মৃত্যু

নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এইবাৰ গৰুৰ মৃত্যু

ডিজিটেল সংবাদ, জুৰিয়াঃ নগাঁৱৰ জুৰিয়াত বিদ্যুতৰ তাঁৰ ছিগি দুটি গৰুৰ মৃত্যু। পুৰণি বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলতেই ঘটনাটো সংঘটিত হয়। জুৰিয়াৰ চতিয়ানত সংঘটিত হৈছে এই ঘটনা।

উক্ত ঘটনাই অঞ্চলটোৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবেই এই ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in