শেহতীয়া খবৰ
জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এইবাৰ গৰুৰ মৃত্যু

57

ডিজিটেল সংবাদ, জুৰিয়াঃ নগাঁৱৰ জুৰিয়াত বিদ্যুতৰ তাঁৰ ছিগি দুটি গৰুৰ মৃত্যু। পুৰণি বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলতেই ঘটনাটো সংঘটিত হয়। জুৰিয়াৰ চতিয়ানত সংঘটিত হৈছে এই ঘটনা।

উক্ত ঘটনাই অঞ্চলটোৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবেই এই ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

 

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি