পলাতক মৃদুপৱনক বিচাৰি নঁগাৱত তৎপৰ আনন্দ মিশ্ৰ…

পলাতক  মৃদুপৱনক বিচাৰি নঁগাৱত তৎপৰ  আনন্দ মিশ্ৰ…
  • পলাতক প্ৰবঞ্চক মৃদুপৱন নেওঁগৰ তথ্য বিচাৰি জেৰা মহিলাক।
  • নগাঁও আৰক্ষীয়ে জেৰা কৰে অৰ্পিতা কাশ্যপক।
  • নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজে জেৰা কৰে অৰ্পিতাক।
  • অধীক্ষকৰ কাৰ্যালয়ত চলা জেৰাত মৃদুপবনক চিনি পোৱাৰ কথা স্বীকাৰ।
  • অচিৰে প্ৰবঞ্চক মৃদুপৱনক গ্ৰেপ্তাৰ কৰা হ'ব বুলি ঘোষণা নগাঁৱৰ অধীক্ষক আনন্দ মিশ্ৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in