শেহতীয়া খবৰ
গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ  •  আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই  •  'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত... VIDEO

নাগালেণ্ডৰ জুক উপত্যকাত সন্ধানহীন হোৱা ৪ ইজৰাইলী পৰ্যটকক উদ্ধাৰ

1,314

ডিজিটেল সংবাদ, ৱাখাঃ দক্ষিণ আংগামী য়ুথ এছ’চিয়েচন আৰু কহিমা জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৬ মাৰ্চত প্ৰকৃতিৰ মনোৰম ফুলৰ উপত্যকা জুক ভেলিত বাট হেৰুওৱা ইজৰাইলৰ ৪গৰাকী ট্ৰেকিং পৰ্যটকক উদ্ধাৰ কৰে। উল্লেখযোগ্য যে, ইজৰাইলী পৰ্যটক কেইগৰাকী ব্যক্তিগতভাৱে জুক উপত্যকাত ট্ৰেকিং কৰি সন্ধিয়া বেছ কেম্পলৈ ওভতা সময়তে পথত বাট হেৰুৱাই যোগাযোগহীন হৈ পৰে।

ইফালে, পৰ্যটকক কেইগৰাকী সন্ধানহীন হোৱাৰ পিছৰ দিনা ৰাতিপুৱা ১০ বজাত জাখামা বেছ কেম্পৰ সৈতে যোগাযোগ স্থাপন হোৱাত তেওঁলোকক কোনো আঘাত নোপোৱাকৈ উদ্ধাৰ স্থানীয় য়ুথ এছ’চিয়েচনৰ সদস্যসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি