নৱ কুমাৰ সন্দিকৈলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা…

নৱ কুমাৰ সন্দিকৈলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা…
  • ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা ঘোষণা।
  • মুঠ ২৩ টা ভাষাত এই বঁটা প্ৰদান কৰা হৈছে।
  • সাহিত্য অকাডেমী বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰা হৈছে।
  • অসমীয়া ভাষাত সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছে নৱ কুমাৰ সন্দিকৈয়ে।
  • 'ৰাজতৰংগীনি' শীৰ্ষক গ্ৰন্থখনৰ বাবে লাভ কৰিছে এই বঁটা।
  • এই বঁটাৰ ধনৰাশিৰ পৰিমান ৫০ হাজাৰ টকা।
  • নৱকুমাৰ সন্দিকৈয়ে অনুবাদ কৰা গ্ৰন্থখন প্ৰথমে লিখা হৈছিল সংস্কৃত আৰু কালহান ভাষাত।
  • বড়ো ভাষাত 'অজৱংগ্লাঅৰিনী ফাও' শীৰ্ষক গ্ৰন্থখনৰ বাবে গোপীনাথ ব্ৰহ্মক প্ৰদান কৰা হৈছে সাহিত্য অকাডেমি অনুবাদ বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in