শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...

পশ্চিম বংগত কিয় নিশা ১০ বজাৰ পিছত নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছেঃ প্ৰশ্ন মায়াৱতীৰ

199
  • ‘পশ্চিম বংগত কিয় নিশাৰ পৰাহে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে?’
  • এই প্ৰশ্ন বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মায়াৱতীৰ।
  • পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচন আয়োগে জাৰি কৰা নিষেধাজ্ঞাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেত্ৰীগৰাকীয়ে।
  • ‘নিৰ্বাচন আয়োগে নিশা ১০ বজাৰ পৰাহে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি কৈছে।’
  • ‘কিন্তু পুৱাই আই নিষেধাজ্ঞা কিয় জাৰি কৰা নহ’ল?’
  • ‘ইয়াৰ কাৰণ হৈছে আজি পশ্চিম বংগত প্ৰধানমন্ত্ৰী মোডীৰ দুখনকৈ ৰেলী আছে।’
  • ‘এই ৰেলী অন্ত পৰাৰ পিছতহে নিৰ্বাচনী প্ৰচাৰত বাধা আৰোপ কৰা হৈছে।’
  • ‘বিজেপি আৰু মোডীৰ স্বাৰ্থলাভৰ অংকৰে এয়া কৰা হৈছে।’
  • ‘কিন্তু এয়া সঠিক হোৱা নাই।’
  • নিৰ্বাচন আয়োগে বিজেপি আৰু মোডীৰ হেঁচাত কাম কৰিব লগা হৈছে বুলিও মন্তব্য কৰে মায়াৱতীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি