পশ্চিম বংগত কিয় নিশা ১০ বজাৰ পিছত নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছেঃ প্ৰশ্ন মায়াৱতীৰ

পশ্চিম বংগত কিয় নিশা ১০ বজাৰ পিছত নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছেঃ প্ৰশ্ন মায়াৱতীৰ
  • 'পশ্চিম বংগত কিয় নিশাৰ পৰাহে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে?'
  • এই প্ৰশ্ন বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মায়াৱতীৰ।
  • পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচন আয়োগে জাৰি কৰা নিষেধাজ্ঞাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেত্ৰীগৰাকীয়ে।
  • 'নিৰ্বাচন আয়োগে নিশা ১০ বজাৰ পৰাহে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি কৈছে।'
  • 'কিন্তু পুৱাই আই নিষেধাজ্ঞা কিয় জাৰি কৰা নহ'ল?'
  • 'ইয়াৰ কাৰণ হৈছে আজি পশ্চিম বংগত প্ৰধানমন্ত্ৰী মোডীৰ দুখনকৈ ৰেলী আছে।'
  • 'এই ৰেলী অন্ত পৰাৰ পিছতহে নিৰ্বাচনী প্ৰচাৰত বাধা আৰোপ কৰা হৈছে।'
  • 'বিজেপি আৰু মোডীৰ স্বাৰ্থলাভৰ অংকৰে এয়া কৰা হৈছে।'
  • 'কিন্তু এয়া সঠিক হোৱা নাই।'
  • নিৰ্বাচন আয়োগে বিজেপি আৰু মোডীৰ হেঁচাত কাম কৰিব লগা হৈছে বুলিও মন্তব্য কৰে মায়াৱতীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in