মুৰশ্বিদাবাদ হত্যাকাণ্ডৰ মুল অভিযুক্তক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ…

মুৰশ্বিদাবাদ হত্যাকাণ্ডৰ মুল অভিযুক্তক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ…
  • মুৰশ্বিদাবাদ হত্যাকাণ্ডৰ বিৰুদ্ধে ম'ম বাতি লৈ তীব্ৰ প্ৰতিবাদ।
  • মুৰশ্বিদাবাদৰ স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ।
  • উল্লেখ্য যে, সন্তান আৰু পত্নীসহ এগৰাকী আৰ এছ এছ কৰ্মী হত্যা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই।
  • তাৰপাছত এনেদৰে ক্ষোভিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।
  • প্ৰতিবাদস্থলীত উপস্থিত আছে টিএমচিৰ বিধায়ক ছাউনী সিংঘা ৰয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in